সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধাতু, কাঠ আদিৰে নির্মিত মিহি দীঘল সৰঞ্জাম
উদাহরণ : তেওঁ ্ হাতেৰে ধাতুৰ মাৰিডাল বেঁক্া কৰি দিলে
সমার্থক : মাৰি, লাখুটি, লাঠি
অর্থ : এচাৰি হিচাপে ব্যৱহাৰ কৰা কোনো গছৰ শাখা
উদাহরণ : শ্যামৰ গৃহ-কর্ম অসম্পূর্ণ ্হোৱা কাৰণে অধ্যাপকে তাক বেতেৰে পিটিলে
অর্থ : এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়
উদাহরণ : মোহনে ঘৰৰ পিছফালে বেতৰ খেতি কৰিছে
সমার্থক : বেতস, বেতসলতা, বেত্র
ইনস্টল