সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
উদাহরণ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
সমার্থক : জ্ঞান, ধী, ধীশক্তি, বিবেক, মতি, মনীষা, মেধা
অর্থ : কোনো বিশেষ পৰিস্থিতি আদিত হঠাৎ মগজুলৈ অহা স্পষ্ট বিচাৰ
উদাহরণ : কিবা বুদ্ধিয়েহে এতিয়া আমাক এই সমস্যাৰ পৰা বচাব পাৰিব আপোনাৰ বুদ্ধিয়ে মুৰলৈ অহা এটা ডাঙৰ সমস্যা দূৰ কৰিলে
সমার্থক : বোধ
অর্থ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
উদাহরণ : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
সমার্থক : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধিমত্তা, বুধি, বুধি-সুধি, মতি, মেধা
ইনস্টল