সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাৰ বাক্য বা সিদ্ধান্তৰ খণ্ডন কৰাৰ কাৰণে বা তাৰ বিৰোধ কৰিবৰ কাৰণে কোৱা কথা
উদাহরণ : পৃথিৱী স্থিৰ আৰু সূর্য গতিশীল, এই কথাৰ পোনপ্রথম প্রতিবাদ কৰিছিল গেলিলিওৱে
সমার্থক : খণ্ডন, প্রতিবাদ
অর্থ : কোনো কথা সঠিক বুলি মানি নʼলৈ সেই সম্পর্কে ্কোনো কথা কোৱা কার্য
উদাহরণ : ভাল কাম কৰাত কাৰো আপত্তি থকা উচিত নহয়
সমার্থক : আপত্তি
অর্থ : কোনো কার্য আদিক ৰুধিবৰ কাৰণে তাৰ বিপৰীতে কৰা কোনো কার্য
উদাহরণ : মই ৰামৰ বিৰোধিতা স্বত্ত্বেও নি্র্বাচনত প্রতিদ্বন্দ্বিতা কৰিলোঁ
সমার্থক : প্রতিৰোধ, বিৰোধাচৰণ, বিৰোধিতা
ইনস্টল