সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি
উদাহরণ : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়
সমার্থক : অনাসক্তি, অনাস্থা, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰক্তি
অর্থ : সাংসাৰিক সুখ ভোগেৰে মন পূর্ণ ্হোৱাৰ কাৰণে তাৰ প্রতি আসক্তি নোহোৱা অৱস্থা বা ভাব
উদাহরণ : তেওঁৰ ্ জগত-সংসাৰৰ পৰা বিৰাগ জন্মিছে মন বৈৰাগী হৈ পৰিছে
সমার্থক : বৈৰাগ, বৈৰাগ্য
অর্থ : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব
উদাহরণ : অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে
সমার্থক : অনাসক্তি, আসক্তিহীনতা, বিৰক্তি
অর্থ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে
উদাহরণ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল
সমার্থক : বিমুখ, বিৰক্ত, বৈৰাগী, সন্যাসী
ইনস্টল