সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাৰ বিবাহ সম্পন্ন হোৱা সামাজিক সমাৰোহ
উদাহরণ : মই এখন বিয়ালৈ যাব লাগে বিয়া-বাৰুলেতো যাবই লাগে
সমার্থক : বিবাহ, বিয়া-বাৰু
অর্থ : স্ত্রী আৰু পুৰুষৰ মাজত পতি-পত্নীৰ সম্বন্ধ স্থাপিত হোৱা এক সামাজিক বা ধার্মিক কৃত্য বা প্রক্রিয়া
উদাহরণ : সোহনৰ বিয়া ৰাধাৰ লগত হʼল
সমার্থক : ছাদি, নিকাহ, পাত্রস্থ কৰা-, পৰিণয়, বিবাহ, বিৱাহ, শুভপৰিণয়, শুভবিবাহ
ইনস্টল