সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
উদাহরণ : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
সমার্থক : কামী, কামুক, ভোগী, লম্পট
অর্থ : যাৰ কামবাসনা বহুত
উদাহরণ : তেওঁ এজন ্কামুক ব্যক্তি
সমার্থক : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামী, কামীন, কামুক, ভোগী, লম্পট, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
অর্থ : বিষয় আদিৰ ভোগ কৰোঁতা
উদাহরণ : বিষয়াসক্ত ব্যক্তি যদি অসংযমিত হৈ পৰে তেতিয়া তেওঁ ্ৰোগগ্রস্থ হৈ পৰে
সমার্থক : বিষয়াসক্ত, ভোগী
ইনস্টল