সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যʼত বিষ আছে
উদাহরণ : বিষাক্ত পতংগই কামোৰাৰ কাৰণে খেতিয়কজনৰ মৃত্যু হʼল
সমার্থক : বিষধৰ
অর্থ : যি বিষেৰে ভৰি আছে
উদাহরণ : বিষাক্ত ভোজন কৰি চাৰিজন লোক মৃত্যু মুখত পৰিল
সমার্থক : বিষদুষ্ট, বিষময়
অর্থ : যাৰ প্রভাৱ বিষৰ দৰে হয়
উদাহরণ : তেওঁৰ মৃত্যু সময় পাৰ হোৱা বিষাক্ত ঔষধ খায় হʼল
সমার্থক : বিষময়
ইনস্টল