সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চিত্ত বা মনৰ সদবৃত্তি বা ভাল স্বভাৱ
উদাহরণ : আজিকালি পৃথিৱীত বিশ্বাসৰ কোনো মূল্য নাই
অর্থ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
উদাহরণ : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
সমার্থক : আস্থা, প্রতীতি, প্রত্যয়, ভৰসা, সঁ্জাত, সঞ্জাত
অর্থ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
উদাহরণ : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
ইনস্টল