সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বিশেষ কাৰণত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থোৱা
উদাহরণ : শ্যামে নিৰ্দিষ্ট পোছাক পৰিধান কৰি সমাৰোহলৈ আহিছিল
সমার্থক : নিৰ্দিষ্ট
অর্থ : যিটো কোনো বিশেষত্বযুক্ত
উদাহরণ : তেওঁ বিশিষ্ট কামহে কৰে
সমার্থক : বিশিষ্ট
অর্থ : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক
উদাহরণ : মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ
সমার্থক : জৰুৰী
ইনস্টল