সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু অন্য ধৰণৰ কোনো বস্তুৰ সৈতে মিলি যোৱা কার্য
উদাহরণ : এইটো বিশ্বাস কৰা হয় যে মৃত্যুৰ পিছত আত্মা পৰমাত্মাৰ সৈতে বিলীন হৈ যায়
অর্থ : যিটো লুপ্ত হৈ গৈছে
উদাহরণ : ডাইনোচৰ এবিধ বিলুপ্ত প্রাণী
সমার্থক : অৱলুপ্ত, নিশ্চিহ্ন, বিলুপ্ত, লীন, লুপ্ত, লোপ পোৱা-, লয়প্রাপ্ত
অর্থ : লীন হৈ থকা
উদাহরণ : বৈজ্ঞানিকে জল-বিলীন তত্ত্ববোৰৰ অনুসন্ধান কৰি আছে
অর্থ : যিটো নাশ হৈছে
উদাহরণ : ভূমিকম্পত ্ তেওঁৰ সকলো নষ্ট হʼল
সমার্থক : উছন, ক্ষয়প্রাপ্ত, খাস্তাং, জাহ, ধ্বংসপ্রাপ্ত, নষ্ট, নিশ্চিহ্ন, বিধ্বস্ত, বিনষ্ট, লীন, শেষ
ইনস্টল