সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন ব্যক্তিৰ কোনো অংগই ভালদৰে কাম নকৰে
উদাহরণ : ইয়াত বিকলাংগসকলক শিক্ষা দিয়া হয়
সমার্থক : বিকলাংগ
অর্থ : যাৰ হাত-ভৰি বা শৰীৰৰ কোনো অংগত বিকৃতি ঘটিছে
উদাহরণ : আমি বিকলাঙ্গ লোকৰ সহায় কৰা উচিত
সমার্থক : অংগহীন, অঙ্গহীন, বিকলাংগ
অর্থ : যাৰ হাত বা ভৰিত বিকৃতি আছে
উদাহরণ : এই প্রতিযোগিতাত কেৱল বিকলাংগ লোকসকলেহে ভাগ লʼব পাৰিব
ইনস্টল