সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উপায়হীন হোৱা অৱস্থা
উদাহরণ : কেতিয়াবা কেতিয়াবা বাধ্য হৈ মানুহে ভুল কাম কৰি পেলায়
অর্থ : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন
উদাহরণ : মই এই কামটো কৰিবৰ কাৰণে বাধ্য
সমার্থক : অধীন, পৰবশ, বশীভূত
অর্থ : যিটো ফাটি গৈছে
উদাহরণ : দাৰিদ্রতাই ৰীতাক ফটা কাপোৰ পিন্ধিবলৈ বাধ্য কৰিলে
সমার্থক : মজবুৰ
ইনস্টল