সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বাধা উৎপন্ন কৰা ব্যক্তি
উদাহরণ : বাধকৰ কাৰণে মই ভালেকেইটা কাম কৰিব পৰা নাই
অর্থ : অৱৰোধ সৃষ্টি কৰোঁতা বা বাধা প্রদান কৰোঁতা
উদাহরণ : শিক্ষাহীনতা দেশৰ বিকাশত এক অৱৰোধক
সমার্থক : অৱৰোধক, অৱৰোধকাৰী, প্রতিবন্ধকাৰী, বাট-ভেটোঁতা, বাধন্তা, বাধাদানকাৰী, বাধাপ্রদানকাৰী, বাধোঁতা, বিঘটনকাৰী
ইনস্টল