সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো উদ্দেশ্যৰে কোৱা বা কোওৱা বা লিখিত অথবা সাংকেতিক কোনো মহত্ত্বপূর্ণ ্কথা
উদাহরণ : নিজৰ ভায়েকৰ বিয়াৰ খবৰ পাই তেওঁ আনন্দত অধীৰ হৈ পৰিল
সমার্থক : খবৰ, বতৰা, সংবাদ, সমাচাৰ, সম্বাদ
অর্থ : ৰেডিঅʼ, বাতৰি-কাকত আদিত উপল্্ব্ধ হোৱা খবৰ
উদাহরণ : এতিয়া আপোনালোকে হিন্দীত দেশ-বিদেশৰ বাতৰি শুনি আছিল
সমার্থক : খবৰ, খবৰ বাতৰি, বার্তা, সংবাদ, ্ সমাচাৰ
অর্থ : মুখেৰে কোৱা কোনো সমাচাৰ
উদাহরণ : মই আপোনাক মাতিবৰ কাৰণে ৰামৰ যোগেদি খবৰ পঠিয়াইছোঁ
সমার্থক : খবৰ, সন্দেশ
অর্থ : কোনো বিষয়ৰ জ্ঞান বা পৰিচয় দিবৰ কাৰণে কাৰোবাক কোৱা কথা
উদাহরণ : বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণ হোৱাৰ বাতৰি দিছে
সমার্থক : খবৰ, জাননী
ইনস্টল