সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়
উদাহরণ : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে
সমার্থক : পথ, মার্গ, ৰাস্তা
অর্থ : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়
উদাহরণ : উৰা জাহাজৰো নির্দিষ্ট পথ আছে
সমার্থক : পথ, মার্গ, ্ ৰাস্তা
অর্থ : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
উদাহরণ :
সমার্থক : উপায়, চল, দাও, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
ইনস্টল