সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তলৰ ফাললৈ লাহে-লাহে বহি যোৱা
উদাহরণ : বৰষুণত মাটিৰ দেৱালখন খহি পৰিল
সমার্থক : খহি পৰা, সোমাই যোৱা
অর্থ : ভালদৰে স্থিৰ হোৱা বা কোনো এক অৱস্থাত থকা
উদাহরণ : টাইলচখিনি এতিয়া মজিয়াত বহি গৈছে
ইনস্টল