সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শৰীৰত গুটি-গুটি ওলোৱা এবিধ সংক্রামক ৰোগ
উদাহরণ : মার্চ, এপ্রিল মাহত বসন্তৰ প্রাদুর্ভাৱ অধিক হয়
সমার্থক : আই, আই ওলোৱা, পক্স, বসন্ত ওলোৱা, বসন্ত ৰোগ, শীতলা
অর্থ : সর্বশ্রেষ্ঠ জ্ঞান কৰা ঋতু বা মাঘ মাহৰ দ্বিতীয় পক্ষৰ আৰম্ভণিৰ পৰা চʼত মাহৰ প্রথম পক্ষৰ শেষলৈকে ধৰা সময়ছোৱা
উদাহরণ : বসন্তৰ আগমনত প্রকৃতি জাতিষ্কাৰ হৈ উঠিল
সমার্থক : ঋতুপতি, ঋতুৰাজ, কামসখ, কুসুমাকৰ, কুসুমাগম, বসন্তকাল, মধুকাল, মধুমাস, হিমান্ত
ইনস্টল