সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ বন্ধু আছে
উদাহরণ : অলপ সময়ৰ ভিতৰতে বন্ধুত্বপূর্ণ ব্যক্তিৰ সহায়ত তেওঁৰ সৈতে বন্ধুত্ব গঢ়ি উঠিল
সমার্থক : মিত্রবান, মিত্রৱান, সসখা
অর্থ : মিত্রতাৰে ভৰি থকা
উদাহরণ : শ্যামে শ্রেণীকোঠাত সকলো বিদ্যার্থীৰ লগত বন্ধুত্বপূর্ণ ব্যৱহাৰ কৰে
সমার্থক : মিত্রতাপূর্ণ
ইনস্টল