সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এক শ্রেণীৰ উদ্ভিদ, যি কাঠহীন
উদাহরণ : দূবৰি, ্ ঘাঁহ আদি বন
সমার্থক : গুল্ম, গুল্ম উদ্ভিদ
অর্থ : তৃণভোজী জন্তুৱে খোৱা মাটিত গজা চাপৰ উদ্ভিদ
উদাহরণ : গৰুজনীয়ে ঘাঁহনিত ্ ঘাঁহ খাই আছে
সমার্থক : ঘাঁহ, তৃণ
অর্থ : যʼত বহু ঠাই জুৰি গছ-গছনি, জোপোহা আদিৰে ভৰি থাকে
উদাহরণ : প্রাচীন কালত ঋষি-মুনিসকলে হাবিত বাস কৰিছিল
সমার্থক : অটবী, অৰণ্য, অৰণ্যানী, কানন, গছনি, জংগল, জংঘল, জঙ্গল, জঙ্ঘল, জাৰণি, ঝাৰণি, বননি, বনানি, বিপিন, হাবি, হাবি-বননি, হাবিয়নি
অর্থ : ডাঙৰ আৰু ডাঠ জংঘলী ক্ষেত্রত থকা গছ-গছনি বা অন্য উদ্ভিদ
উদাহরণ : প্রকৃতিৰ চিন্তা নকৰাকে মানুহে জংঘল কাটি আছে
সমার্থক : অৰণ্য, জংঘল
ইনস্টল