সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বেছি ব্যাপক, প্রৱল বা তীব্র কৰা
উদাহরণ : বহুত গৰম উঠিছে, অলপ ফেনখন বঢ়াই দিয়ক
সমার্থক : বঢ়াই দিয়া
অর্থ : দৈর্ঘ্য আদিৰ বিস্তাৰ ঘটোৱা
উদাহরণ : তেওঁ চিলাই খুলি নিজৰ কুর্তাটো দীঘল কৰিলে
সমার্থক : দীঘল কৰা, লম্বা কৰা
ইনস্টল