সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়
উদাহরণ : আজি শচীনে ভাল খেলিলে
সমার্থক : ভাল, ভালদৰে
অর্থ : যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে
উদাহরণ : মোৰ ভাল , আপোনাৰ ভালনে ?
সমার্থক : ভাল
অর্থ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই
উদাহরণ : মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ
অর্থ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে
উদাহরণ : এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল
ইনস্টল