সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অনাকাংক্ষিত ভাৱে হোৱা বহুত ডাঙৰ অঘটন বা অনিষ্ট
উদাহরণ : শ্রৱণৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অন্ধ মাক-পিতাকৰ ওপৰত বজ্রপাত পৰিল
অর্থ : আকাশত মেঘে গৰজাৰ পিছত বিজুলীৰ তীব্র চমকনি পৃথিৱীত পৰা কার্য
উদাহরণ : কালি হোৱা বজ্রপাতত দুজন ব্যক্তি আহত হʼল
সমার্থক : বজ্রাঘাত
ইনস্টল