সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নাটক আদিৰ চৰিত্রৰ মুখত দিয়া কথা:জয়শংকৰ প্রসাদৰ প্রায়বোৰ নাটকৰ সংলাপেই ৰসিকতাৰে ভৰা
উদাহরণ :
সমার্থক : কথোপকথন, ডায়লগ, সংলাপ
অর্থ : কোৱা কথা
উদাহরণ : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
সমার্থক : উক্তি, কথন, কোৱা, জবান, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা
অর্থ : কাৰোবাৰ আগত দৃঢ়তা বা প্রতিজ্ঞাপূর্বক্্ভাৱে আমি অমুক কাম নিশ্চয় কৰিম বা কেতিয়াও নকৰোঁ বুলি কোৱা কার্য
উদাহরণ : আধুনিক যুগত বহুত কম লোকেই নিজৰ কথা ৰাখিব পাৰে
সমার্থক : কথা, জবান
অর্থ : মানুহৰ মুখৰ পৰা ওলোৱা অর্থসূচক শ্্ব্দ
উদাহরণ : আনৰ ভাল লগা কথাহে কোৱা উচিত
সমার্থক : কথা, বাণী
অর্থ : কিবা কোৱা কার্য
উদাহরণ : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
সমার্থক : কথন, কথা, বাক, বাচ্য
ইনস্টল