সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তৰল পদার্থত ্হোৱা গোলাকাৰ বায়ু ভর্তি টোপাল
উদাহরণ : মানৱ জীৱন পানীৰ বুদবুদৰ নিচিনা
সমার্থক : বুদবুদ
অর্থ : তৰল পদার্থ বৰকৈ লৰাই দিলে বা উতলালে ওপৰলৈ উঠি অহা এক ৰূপ
উদাহরণ : গা-ধোৱাৰ সময়ত লʼৰা-ছোৱালীবোৰে হাতত ফেন লৈ খেলি আছিল
সমার্থক : জলবিম্ব, বুদবুদ, বুৰবুৰি
ইনস্টল