সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু ফাটিলে হোৱা খালী ঠাই
উদাহরণ : ভূমিকম্পৰ কাৰণে মাটিৰ ঠায়ে-ঠায়ে ফাঁট মেলিল
সমার্থক : ফাঁট
অর্থ : দুটা বিন্দুৰ মাজত থকা স্থান বা সময়
উদাহরণ : কামৰ ফাঁকত তেওঁ ঘৰলৈ গʼল
সমার্থক : অন্তৰাল, আঁৰ, গেপ, ব্যৱধান
ইনস্টল