সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
উদাহরণ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
সমার্থক : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, হাল, হালত, ৰূপ
অর্থ : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা
উদাহরণ : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে
সমার্থক : আবহাওৱা, প্রতিবেশ, পৰিমণ্ডল, পৰিৱেশ, বাতাবৰণ, ্পর্য্যাবৰণ
ইনস্টল