সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন ব্যক্তিক ত্যাগ কৰা হৈছে
উদাহরণ : ইয়াত পৰিত্যক্তসকলক আশ্রয় প্রদান কৰা হয়
অর্থ : ব্যৱহাৰ কৰি বা কোনো অন্য কাৰণবশতঃ এৰা পদার্থ
উদাহরণ : বেচেৰী বিধৱাজনীয়ে গোটেই জীৱন এৰেহাহে পায় থাকিল
সমার্থক : উচিছষ্ট, এৰেহা
অর্থ : এৰা অৱস্থা বা পৃথক কৰা
উদাহরণ : তেওঁ নিজৰ পৰিত্যক্ত পত্নীক পুনৰ নিজৰ কৰি লʼলে
ইনস্টল