সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : নিজ কুলৰ লোক
উদাহরণ : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
সমার্থক : আত্মীয়, কুটুম, কুটুম্ব
অর্থ : একেখন ঘৰৰে মানুহ
উদাহরণ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
সমার্থক : আত্মীয়, ঘৰ, পৰিবাৰ, পৰিয়াল
অর্থ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
উদাহরণ : মনোহৰজী মোৰ আপোন খুৰা
সমার্থক : আত্মীয়, আপোন, স্বজন
ইনস্টল