সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন চিনা জনা হয়
উদাহরণ : তাত মোৰ কেইবাজনো পৰিচিত ব্যক্তি উপস্থিত আছিল
অর্থ : যিটো জনা বা চিনাকি
উদাহরণ : তেওঁ ্ কেইজনমান পৰিচিত লোকৰ লগত ঘূৰি ঘূৰি সকলোকে নৱবর্ষৰ ্ শুভকামনা জনাইছে
সমার্থক : চা-চিনাকি, চিনা-জনা, জনা-শুনা, জনাশুনা
অর্থ : যাক ভালদৰে জনা যায়
উদাহরণ : এই কথাটো মোৰ জ্ঞাত
সমার্থক : জনা-শুনা, জ্ঞাত, প্রজ্ঞাত, পৰিজ্ঞাত, বিজ্ঞাত, বিদিত
ইনস্টল