সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বাহু বা শৰীৰৰ বিশেষ ধৰণৰ বল যাৰ দ্বাৰা মানুহে কোনো ডাঙৰ কাম কৰিব পাৰে
উদাহরণ : ভৰতৰ বাহুবলৰ অনুমান কোনোৱে কৰিব পৰা নাছিল
সমার্থক : বাহুবল, শাৰীৰিক শক্তি
অর্থ : যিয়ে শাৰীৰিক কার্যৰ ় দ্বাৰা ক্রিয়াত্মক ৰূপত নিজৰ প্রভাৱ দেখুৱায়
উদাহরণ : এই কামটোৰ শেষত আপোনাৰ শক্তিৰ উমান পোৱা যাব
সমার্থক : জোৰ, তেজ, বল, শকতি, শক্তি
অর্থ : বীৰ হোৱা অৱস্থা বা ভাব
উদাহরণ : ৰাণী লক্ষ্মীবাঈৰ বীৰত্ব জগত খ্যাত
সমার্থক : বিক্রম, বীৰত্ব, শৌর্য, ্পৌৰুষ
ইনস্টল