সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দীঘল আৰু বহল সমতল ভূমি
উদাহরণ : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
সমার্থক : ক্ষেত্র, পথাৰ, প্রাঙ্গণ, প্রাঙ্গন, ময়দান
অর্থ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
উদাহরণ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
সমার্থক : দেশ, প্রদেশ, ৰাজ্য
অর্থ : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
উদাহরণ : এই কাঁহীখনৰ কাণটো বৰ পাতল
সমার্থক : কাণ, কাষ, কিনাৰ, মূৰ
ইনস্টল