সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এছিয়া আৰু আমেৰিকাৰ মাজত থকা এখন মহাসাগৰ
উদাহরণ : প্রশান্ত মহাসাগৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাসাগৰ
সমার্থক : প্রশান্ত মহাসাগৰ
অর্থ : যি উদ্বিগ্ন নহয়
উদাহরণ : মোহনৰ জীৱন নিৰুদ্বিগ্ন
সমার্থক : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, শান্ত
অর্থ : যাৰ চিত্ত স্থিৰ
উদাহরণ : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
সমার্থক : অচঞ্চল, অমত্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত
ইনস্টল