সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাক আশস্ত কৰা বা আশা দিয়া কার্য
উদাহরণ : মন্ত্রী মহোদয়ৰ পৰা আশ্বাস পাই মই নিশ্চিত হʼলোঁ
সমার্থক : আশ্বাস, ভাৰসা
অর্থ : দুখী লোকক ধৈর্য ধৰিবলৈ কোৱা বা দিয়া কার্য
উদাহরণ : ঘৰত চোৰ হোৱাৰ পিছত খবৰ লʼবলৈ অহাসকলে মহাজনক সান্ত্ব্্না দি আছিল
সমার্থক : বুজনি, বুজনি-সুজনি, বুজনি-সুতনি, সান্ত্ব্্না, সুতনি, ্চেঁচনি, ্চেঁচনি-বুজনি
ইনস্টল