সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে
উদাহরণ : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই
সমার্থক : ধাৰ, ধাৰা
অর্থ : বৈ যোৱা কার্য ্বা ভাব
উদাহরণ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
সমার্থক : ধাৰা, বেগ, সোঁত
অর্থ : এটাৰ পিছত এটা হৈ থকা ঘটনা বা একেলেথাৰিয়ে হৈ থকা বিচাৰ আদিৰ প্রভাৱশালী ক্রম
উদাহরণ : কাব্যানুষ্ঠানত কবিতাৰ প্রবাহে শ্রোতাক বান্ধি ৰাখিছিল
সমার্থক : ধাৰা
ইনস্টল