সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল
উদাহরণ : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল
সমার্থক : ৰাজ্য
অর্থ : কোনো প্রদেশত বসবাস কৰা লোক
উদাহরণ : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে
সমার্থক : প্রান্ত, ৰাজ্য
অর্থ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
উদাহরণ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
সমার্থক : দেশ, প্রান্তৰ, ৰাজ্য
অর্থ : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
উদাহরণ : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
সমার্থক : ক্ষেত্র, জেগা, ঠাই, থল, থান, ভূমি, স্থল, স্থান
অর্থ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???
উদাহরণ : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে
ইনস্টল