সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
উদাহরণ : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
সমার্থক : আভা, আলোক, জ্যোতি, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ্তি, প্রভা, বিভা
অর্থ : পোহৰ কৰিবলৈ তেল আৰু শলিতা দি জ্বলোৱাৰ বাবে ব্যৱহাৰ কৰা পাত্র
উদাহরণ : গধূলি হোৱাৰ লগে-লগেই গাঁৱত চাকি জ্বলে
সমার্থক : চাকি, চাকি-বন্তি, চেৰাগ, দীপ, দীপক, দীপিকা, বন্তি, বাতি, লেম, লেম্প
ইনস্টল