সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো লুকুওৱা যোগ্য
উদাহরণ : এইটো গোপনীয় কথা, ৰামুক নকʼবা
সমার্থক : অপ্রকট্য, অপ্রকাশ্য, গুপ্ত, গোপনীয়, গোপ্য, চাপাচী, লুক্কায়িত
অর্থ : যিটো লুকুৱাই থোৱা হৈছে
উদাহরণ : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
সমার্থক : অজ্ঞাত, অপ্রকাশ্য, গুপ্ত, গুহ্য, গোপন, গোপনীয়, চাপাচী, নিগূঢ়, লুক্কায়িত
অর্থ : লুকাই থকা বা ঢাকি থোৱা
উদাহরণ : আচ্ছাদিত ঘৰটোৰ প্রতিটো কোণত ভুমুকি মৰা হৈছে
সমার্থক : আচ্ছাদিত, আবৃত
অর্থ : যাক কোনো বস্তু আদিৰে ঢাকি থোৱা হৈছে
উদাহরণ : লʼৰাটোৱে মেঘেৰে ঢকা আকাশখন চাই আছিল
সমার্থক : আচ্ছন্ন, আচ্ছাদিত, আবৃত, ঢকা-, প্রচ্ছাদিত আৱৰা-, সমাচ্ছন্ন
ইনস্টল