সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বাচন-বর্তন, ্কাপোৰ আদি পানীত ধোৱা
উদাহরণ : তেওঁ ্কাপোৰখন ধুলে আৰু শুকাবৰ কাৰণে ৰʼদত মেলি দিলে
সমার্থক : ধোৱা, ধোৱা-পখলা কৰা
অর্থ : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য
উদাহরণ : ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে
সমার্থক : গা-ধোৱা, স্নান কৰা
ইনস্টল