সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ব্যক্তিৰ এটা ভৰি অকামিলা হৈ গʼল বা ভাগি গʼল
উদাহরণ : লেঙেৰাজনে পেঙৰ সহায়ত খোজ কাঢ়িবলৈ চেষ্টা কৰি আছে
সমার্থক : খোৰা, লেঙেৰা
অর্থ : যাৰ কোনো অংগ নাই
উদাহরণ : ৰেলত এখন ভৰি কটা যোৱাৰ কাৰণে শ্যাম পংগু হৈ পৰিল
সমার্থক : অংগহীন, অপাংগ, অপাঙ্গ, পংগু, পঙ্গু
ইনস্টল