সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে পূজা কৰে
উদাহরণ : ভগৱানৰ প্রকৃত উপাসক সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ পৰে
সমার্থক : আৰাধক, উপাসক, ভক্ত
অর্থ : মন্দিৰত দেৱতা আদিৰ পূজা কৰিবৰ কাৰণে নিযুক্ত কৰা ব্যক্তি
উদাহরণ : শ্যামৰ দেউতাক এই মন্দিৰটোৰ পূজাৰী
সমার্থক : সেৱক
অর্থ : কাৰোবাক দেৱতুল্য মানি ্তেওঁৰ ভক্তি কৰা বা তেওঁৰ পৰম মহত্ত্ব মানি চলা ব্যক্তি
উদাহরণ : তেওঁ ্গান্ধীজীৰ ভক্ত গান্ধীজী অহিংসাৰ পূজাৰী আছিল
সমার্থক : উপাসক, ভক্ত
ইনস্টল