সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি স্ত্রীৰ ৰজ প্রৱাহিত হয়
উদাহরণ : ৰজস্বলাক গর্ভধাৰণ নকৰাৰ বাবে মানুহে আমনি কৰিবলৈ ধৰিলে
সমার্থক : ঋতুমতী, পুষ্পৱতী, ৰজস্বলা
অর্থ : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি
উদাহরণ : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে
সমার্থক : ঋতু, ঋতুস্রাৱ, নোৱাৰা হোৱা-, মাহেকীয়া, ৰজঃ, ৰজস্বলা
ইনস্টল