সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : উত্তম আচৰণৰ ফলস্বৰূপে পোৱা সুপৰিণাম
উদাহরণ : আপোনাৰ নিচিনা পৰোপকাৰী ব্যক্তিয়ে বহুত পুণ্য অর্জন কৰিব
অর্থ : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়
উদাহরণ : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম
সমার্থক : ধর্ম, ধর্মকর্ম, ধৰম, পুণ্যকর্ম
অর্থ : যিটো শুভ বা ভাল হয়
উদাহরণ : শুভ কার্য আৰম্ভ কৰোঁতে পলম কৰিব নালাগে
সমার্থক : মাংগলিক, শুভ
অর্থ : যি ্ধর্ম অনুসৰি শুদ্ধ বা মহত্ত্বপূর্ণ
উদাহরণ : কাশী এখন পৱিত্র ঠাই
সমার্থক : নি্র্মল, পূত, পৱিত্র, শুদ্ধ, সাত্ত্বিক
ইনস্টল