সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাগজ-পত্র অনা-নিয়া কৰা, বিষয়াৰ আদেশ মনা বা প্রয়োজন অনুসৰি:মোৰ কার্যালয়ৰ পিয়নজনৰ হাতত কিছুমান কামৰ দায়িত্ব ন্যস্ত থাকে
উদাহরণ :
সমার্থক : চাপৰাচী, চাপৰাছী, পিয়াদা, ্ অর্ডালি
অর্থ : কার্যালয়ৰ চিঠিপত্র অনা-নিয়া আদি কাম কৰা কর্ম্্চাৰী
উদাহরণ : পিয়নজনে হাতত ফাইল লৈ দণ্ডাধিকাৰীৰ পিছে-পিছে গʼল
সমার্থক : চাপৰাচী
অর্থ : চিঠি-পত্র, মানি-্অর্ডাৰ আদি ঘৰে ঘৰে দি ফুৰা ডাক বিভাগৰ কর্ম্্চাৰী
উদাহরণ : ডাকোৱালে ঘৰে ঘৰে ঘূৰি চিঠি-পত্র দি ফুৰে
সমার্থক : ডাকোৱাল, পত্রবাহক, পোষ্টমেন
ইনস্টল