সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু আদিৰ কাষৰ সজ্জিত অংশ
উদাহরণ : এই ধুতিখনৰ কাষৰি বৰ ভাল লাগিছে
সমার্থক : কাষৰি
অর্থ : শাৰী, ধুতি আদিৰ কিনাৰ যাৰ দীঘৰ কাষত বেলেগ ৰঙৰ সূতাৰে বোৱা বা চিলোৱা থাকে
উদাহরণ : তেওঁ ধুতিখনৰ পাৰিটো ফালি পেলাই দিলে
অর্থ : দাঁতৰ শাৰী
উদাহরণ : সীতাৰ দাঁতৰ পাৰি ডালিমৰ গুটিৰ নিচিনা
সমার্থক : দাঁতৰ পাৰি
ইনস্টল