সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সাধাৰণতে দ্রৱ হিচাপে পোৱা এবিধ বগা, গধুৰ আৰু উজ্জ্বল ধাতু:পাৰা এবিধ তৰল ধাতু
উদাহরণ :
সমার্থক : তৰলধাতু, পাৰদ, মার্কাৰি, সিদ্ধধাতু, সিদ্ধৰস, স্বর্ণসিন্দূৰ, ৰসধাতু, ৰসেন্দ্র, ৰসোত্তম, ৰহ
অর্থ : মানুহে নাৱত উঠিবলৈ, পানী ভৰাবলৈ বা গা ধুবলৈ ব্যৱহাৰ কৰা নদী আৰু জলাশয়ৰ কাষৰ ঠাই:তেওঁ ্ ঘাটত বহি নাৱৰ বাবে অপেক্ষা কৰি আছিল
সমার্থক : ঘাট, পাৰ, পাৰ-ঘাট
ইনস্টল