সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : চিত হৈ জিৰণি লোৱা বা শোৱা আচবাব
উদাহরণ : মাকে কেঁচুৱাটোক বিচনাত শুৱাই দিলে
সমার্থক : খাট, ঢাৰিপাটি, পালঙ্ক, বিচনা, শয্যা, শেতেলী, শোৱাপাটি
অর্থ : এক প্রকাৰৰ শাক
উদাহরণ : মায়ে আজিৰ ্ সাঁজত পালেং আৰু ৰুটি বনাইছে
সমার্থক : পালেং শাক
অর্থ : মানুহে শোৱাৰ কাৰণে নি্র্মাণ কৰি লোৱা আচবাব বিশেষ
উদাহরণ : তেওঁ ঘৰৰ ্বাহিৰৰ বিছনাত শুই আছিল
সমার্থক : খাটিয়া, পাটী, বিছনা, শয্যা, শেতেলি
ইনস্টল