সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু
উদাহরণ : তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে
সমার্থক : পাট্টা
অর্থ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব
উদাহরণ : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে
সমার্থক : দল, পত্র, পর্ণ
অর্থ : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
উদাহরণ : লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
সমার্থক : পৃষ্ঠা
অর্থ : কাগজৰ সমান পাতল ধাতুৰ পাত
উদাহরণ : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
সমার্থক : পত্র
ইনস্টল