সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভয় খাই বিপদজনক ঠাইৰ পৰা বা নিজৰ ্ কর্তব্য আদিৰ পৰা বিমুখ হৈ আৰু লোকচক্ষুৰ পৰা আঁৰ হৈ গুচি যোৱা
উদাহরণ : কয়দীজন জেলৰ পৰা পলাই গʼল
সমার্থক : পলায়ন কৰা, পলোৱা
অর্থ : পৰ-পুৰষৰ সৈতে স্ত্রী গুচি যোৱা কার্য
উদাহরণ : সীমা মোৰ ড্রাইভাৰটোৰ লগত পলাল
সমার্থক : পলাল, ভাগি যোৱা
অর্থ : মনে মনে গুচি যোৱা
উদাহরণ : সি মোৰ টকা-পইচা লৈ পলাই গʼল
সমার্থক : উধাও হোৱা
ইনস্টল