সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন ব্যক্তিয়ে শিক্ষার্থীসকলক জ্ঞানপ্রদান কৰে বা পঢ়ায়:শিক্ষক আৰু ছাত্রৰ সম্পর্ক মধুৰ হʼব লাগে
উদাহরণ :
সমার্থক : অধ্যাপক, আচার্য, গুৰু, শিক্ষক, শিক্ষাগুৰু
অর্থ : যিজনৰ কোনো বিষয়ত ভাল জ্ঞান আছে
উদাহরণ : ভাৰতবর্ষ অতীজৰে পৰা জ্ঞানীৰ দেশ আছিল
সমার্থক : জ্ঞানী, বিদ্বান
ইনস্টল