সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনক কোনো বিশেষ গুণ আদিৰ কাৰণে কাৰোবাৰ ভাল লাগে
উদাহরণ : শচীনক মই পচন্দ কৰোঁ
সমার্থক : পচন্দ
অর্থ : মনৰ ভাল লগা ভাব
উদাহরণ : তেওঁ নিজৰ ৰুচি অনুসৰিহে কোনো কাম কৰে
সমার্থক : অভিৰুচি, ইচ্ছা, ৰুচি
অর্থ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
উদাহরণ : এইখন মোৰ অতি প্রিয় গ্রন্থ
সমার্থক : অভিৰুচি, প্রিয়, ভাল লগা, ৰুচি
ইনস্টল